সাদিন প্ৰতিদিন সংবাদ গোষ্ঠীৰ তৰফৰ পৰা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক তথা মূখ্য কাৰ্যবাহী সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াৰ সৈতে নাজমা বেগম ডাঙৰীয়ানীৰ পৱিত্ৰ নিকাহ সম্পন্ন হোৱা উপলক্ষে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

এই পৱিত্ৰ বান্ধোনে দুয়োৰে জীৱনত মৰম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ এক দৃঢ় সম্পৰ্ক গঢ়ি তুলক। আল্লাহ তাআলাৰ অসীম কৃপাই তেওঁলোকৰ দাম্পত্য জীৱন সুখ-শান্তি, কল্যাণ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ কৰি ৰাখক তাৰেই আন্তৰিকতাৰে কামনা কৰিলোঁ।